Music Band Of Mr Bitu দুৰ্ভগীয়াক উদ্ধাৰ বাবে। যিকোনো মঞ্চৰ অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰে।
Music Band Of Mr Bitu দুৰ্ভগীয়াক উদ্ধাৰ বাবে গঠন কৰা হৈছে। যিকোনো মঞ্চৰ অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰে। এই Music Band ৰ পৰা যি পইছা ৰাহি হব, সেইয়া কেৱল দুৰ্ভগীয়াৰ জীৱন উদ্ধাৰৰ বাবে ব্যৱহাৰ হব।
শাস্ত্ৰীয় আৰু আধুনিক সংগীত
গীটাৰ, তবলা, হাৰমনিয়াম
বিভিন্ন অনুষ্ঠান আৰু উৎসৱত আমাৰ বেণ্ডৰ কিছু মুহূৰ্ত
যিকোনো মঞ্চৰ অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰে। এই Music Band ৰ পৰা যি পইছা ৰাহি হব, সেইয়া কেৱল দুৰ্ভগীয়াৰ জীৱন উদ্ধাৰৰ বাবে ব্যৱহাৰ হব।